সমললৈ যাওক

অভিধান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অভিধান

'অভিধান' হৈছে কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়।‌ অভিধান হৈছে এক ধৰণৰ পুস্তক বা অনলাইন উৎস, য'ত শব্দৰ অৰ্থ, উচ্চাৰণ,বানান, আৰু ব্যৱহাৰ সম্পৰ্কীয় তথ্য সংৰক্ষিত থাকে ।এটি ভাষাৰ‌ শব্দৰ সংগৃহীত তথ্য ভান্ডাৰ হিচাপে অভিধান প্ৰয়োগ হয়, য'ত শব্দসমূহৰ সঠিক অৰ্থ, প্ৰকাৰ‌ আৰু ব্যৱহাৰ কিদৰে ব্যৱহাৰ কৰিব লাগে তাক বুজোৱা হয়

অসমীয়া ভাষাৰ অভিধান

[সম্পাদনা কৰক]